assam

Ratan Tata: মৃত্যুৰ এমাহ পূৰ্তিত প্ৰকাশ পালে ‘ৰতন টাটা’

যশস্বী উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানৰ এমাহ পূৰ্তিৰ দিনটোতে প্ৰকাশ পালে টাটাৰ বৈচিত্ৰ্যময় জীৱনৰ আধাৰত সাংবাদিক খনীন্দ্ৰ কুমাৰ ডেকাৰ দ্বাৰা ৰচিত গ্ৰন্থ 'ৰতন টাটা(Ratan Tata)’৷

Indian Railway: ভাৰতীয় ৰে’ল পূৰ্বতকৈ এতিয়া অধিক সুৰক্ষিত

ভাৰতীয়সকল এতিয়া ৰে’ল(Indian Railway) ভ্ৰমণৰ ক্ষেত্ৰত আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। ইয়াৰ বাবে বিগত দশকৰ সুচিন্তিত পদক্ষেপৰ গুৰুত্বপূ ফলাফলসমূহ আজি অনুধাবন কৰিব পৰা হৈছে।

Indian Coalition Politics: ভাৰতীয় মিত্ৰজোঁটৰ ৰাজনীতিত আঞ্চলিক দলসমূহৰ ভূমিকা

মিত্ৰজোঁট চৰকাৰৰ অৰ্থ হ’ল উমৈহতীয়া বুজাবুজি বা এজেণ্ডাৰ ভিত্তিত এটাতকৈ অধিক ৰাজনৈতিক দল বা গোট একত্ৰিত(Indian Coalition Politics) হোৱা আৰু চৰকাৰ গঠন কৰা। সাধাৰণতে যেতিয়া সংসদীয় গণতন্ত্ৰত এটা দলে একক সংখ্যা গৰিষ্ঠতা নেপায় তেতিয়া এটাকৈও অধিক দল লগ হৈ এটা বহু দলীয় জোট বন্ধন কৰে আৰু এই বহু দলীয় মিত্ৰজোঁটে চৰকাৰ গঠন কৰে।

Mising Students’ Union: চিলাপথাৰ কলেজত মিচিং ছাত্ৰ সন্থাৰ উদ্যোগত ‘ভাষা গৌৰৱ সপ্তাহ’ উদযাপন

অসমীয়া ভাষাই দ্ৰূপদী ভাষাৰ স্বীকৃতি লাভৰ উদ্দেশ্যৰে ৰাজ্যজুৰি অসম চৰকাৰৰ নিৰ্দেশত 'ভাষা গৌৰৱ সপ্তাহ' পালন কৰা হৈছে। আজি চিলাপথাৰ কলেজৰ প্ৰেক্ষাগৃহত সদৌ মিচিং ছাত্ৰ সন্থা(Mising Students' Union) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চিলাপথাৰ টাউন সমিতিৰ সহযোগত পালন কৰা হয় ভাষা গৌৰৱ সপ্তাহ।

Neville Schulman Award: আৰণ্যকৰ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰলৈ ‘নেভিলি শুলমেন বঁটা’

অসমৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰলৈ বিশ্বৰ প্ৰসিদ্ধ পৰিৱেশ সংস্থা “আৰ্থৱাটছ ইউৰোপ”ৰ ২০২৪-২৫ বৰ্ষৰ নেভিলি শুলমেন বঁটা(Neville Schulman Award) আগবঢ়োৱা হৈছে।

Popular