assam

Uriagaon Tree Row: উৰিয়াগাঁৱত গছ কটা কাৰ্যত পান্থতৰু সংৰক্ষণী অসমৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ উৰিয়াগাঁৱৰ(Uriagaon Tree Row) বায়পাছ চাৰিআলিৰ থকা ডিভাইদাৰত থকা প্ৰায় ৩০ জোপা গছ গুৱাহাটীৰ এজন ঠিকাদাৰৰ নিৰ্দেশত শ্ৰমিকে কাটি পেলোৱা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ পান্থতৰু সংৰক্ষণী অসম নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Ayurveda Biology: ইউজিচি নেট পৰীক্ষাৰ নতুন বিষয় ‘আয়ুৰ্বেদ জীৱবিজ্ঞান’

ভাৰতীয় আয়ুৰ্বেদৰ(Ayurveda Biology) সুনাম বিশ্বজুৰি আছে। এনে সময়তে ইউজিচি নেট পৰীক্ষাৰ নতুন বিষয় হিচাবে নিৰ্ধাৰণ কৰা হৈছে ‘আয়ুৰ্বেদ জীৱবিজ্ঞান’।

67th Commonwealth Parliamentary Conference: ছিডনীত ৬৭ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী

অষ্ট্ৰেলিয়াৰ ছিডনীৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত অনুষ্ঠিত ৬৭ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনৰ(67th Commonwealth Parliamentary Conference) বৃহস্পতিবাৰে অন্ত পৰিল।

Majuli। মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগ অসম কবি সন্মিলন

Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে‌ ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।

Kahinur Theatre: কহিনুৰৰ মঞ্চত ‘পিঞ্জৰা’ আৰু সুৱাসনা, চলিত নাট্যবৰ্ষৰ এক উল্লেখযোগ্য প্ৰযোজনা

প্ৰতিটো নাট্যবৰ্ষতে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোত অতি কমেও ৭০-৭৫খন নাটক মঞ্চস্থ হয়(Kahinur Theatre)। অৰ্থাত একাধিক নাট্যকাৰে ইমানকেইখন নাটক লিখি উলিয়ায়। ইয়াৰে ভিতৰত কেইখনমান নাটক ব্যৱসায়িক দিশত যথেষ্ট সফল হয়, প্ৰযোজকে মুনাফা লাভ কৰে। কেইখনমান নাটকক লৈ আলোচনা চলে, নাট্যকাৰে প্ৰশংসা লাভ কৰে।

Popular