Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
assam
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য…
অসম কংগ্ৰেছক নিৰ্দেশ হাইকমাণ্ডৰ…
ৰাজ্যজুৰি সূচল ১০৮ মৃত্যুঞ্জয় সেৱা
Assam Tiwa Students’ Union: জাগীৰোডত ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ তিৱা ছাত্ৰ সন্থা আৰু জনজাতীয় সংগঠনৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
জাগীৰোডত মঙলবাৰে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সদৌ তিৱা ছাত্ৰ সন্থা(Assam Tiwa Students' Union) আৰু কেইবাটাও জনজাতীয় সংগঠনৰ৷ জাগীৰোড(Jagiroad) টাউন কমিটি গঠনৰ বিৰোধিতা, সংৰক্ষিত ট্ৰাইবেল বেল্ট ব্লক এলেকাত বেদখলকাৰীক উচ্ছেদ কৰা, তিৱা স্বায়ত্ব পৰিষদক ষষ্ঠ অনুসূচীভুক্ত কৰা আদি কেইবাটাও দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী(NH 27)৷
By Eelection। ‘বিৰোধী ঐক্য মঞ্চ আমি বিচাৰো আৰু ‘২৬ত হ’বই, তাত কোন কোন থাকে সময়ত দেখা যাব’
অসম
দৈনন্দিন বাৰ্তা
-
November 4, 2024
এইবাৰ মই ৰাইজক আমাৰ সপক্ষে আৰু শাসক পক্ষৰ বিপক্ষে ভোটদানৰ বাবে এটা আগ্ৰহ দেখা পাইছো ৷ সাধাৰণতে উপ নিৰ্বাচন বিলাকত শাসক পক্ষই খুব সুন্দৰকৈ ৱাক অভাৰ পোৱাই দেখা যায়(By Eelection)৷
Bhupen Hazarika: ভূপেনদাৰ ‘মে’ড ইন ইটালী’ৰ চছমাযোৰ আৰু দুগৰাকী কলিয়াবৰীয়াৰ কাহিনী
assam
দৈনন্দিন বাৰ্তা
-
November 4, 2024
ভূপেনদাক কলিয়াবৰবাসীয়ে কলিয়াবৰীয়া বুলিয়ে কয়। শদিয়াত জন্ম লৈ তেজপুৰ, গুৱাহাটী, কলকতা, মুম্বাই যি ঠাইৰে বাসিন্দা নহাওক কিয়, ভূপেনদা(Bhupen Hazarika) কলিয়াবৰীয়া। কলিয়াবৰৰ লগত ভূপেনদাৰ সম্পৰ্ক ফেৰীৰে লুইত পাৰ হৈ শিলঘাটত নামি উজনিলে যোৱাৰ দিনৰে পৰা বুলি তেখেতে নিজেই কৈ গৈছে(Made in Italy)।
A Call to Friendship: পানীখাইটিৰ লুইতৰ পাৰত স্মৃতি ৰোমন্থন অৰ্ধ শতাধিক প্ৰাক্তন গৰ্ডনিয়ানৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 4, 2024
প্ৰায় দুকুৰি দুবছৰৰ অন্তত(A Call to Friendship) গুৱাহাটীৰ পানীখাইটিৰ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভাৰ(Natural Beauty of the Brahmaputra) মাজত দেওবাৰে পুনৰ মিলিত হ'ল নলবাৰীৰ চৰকাৰী গৰ্ডন(Gordonians) উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ অৰ্ধ শতাধিক সহপাঠী।
Dr Gokul Goswami: বিশিষ্ট ভূ-বিজ্ঞানী, শিক্ষাবিদ ড০ গকুল গোস্বামীৰ মৃত্যু
অসম
দৈনন্দিন বাৰ্তা
-
November 4, 2024
কলিয়াবৰৰ সুসন্তান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীভলাগুৰি সত্ৰত জন্মলাভ কৰা বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ গকুল গোস্বামীয়ে(Dr Gokul Goswami) যোৱা নিশা প্ৰায় ১০ বজাত বাঙ্গালোৰৰ নিজা বাসভৱনত ৮৫ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। ড০ গকুল গোস্বামী আছিল কলিয়াবৰৰ প্ৰথমজন ডক্টৰেট উপাধি লাভ কৰা ব্যক্তি।
1
...
57
58
59
...
106
Page 58 of 106
Popular
ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উপলক্ষে হস্তশিল্প সচেতনতা সভাৰ আয়োজন ।National Handicrafts Week
দৈনন্দিন বাৰ্তা
-
December 11, 2025