Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
assam
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য…
অসম কংগ্ৰেছক নিৰ্দেশ হাইকমাণ্ডৰ…
ৰাজ্যজুৰি সূচল ১০৮ মৃত্যুঞ্জয় সেৱা
National Paris Paralympics: ৰাষ্ট্ৰীয় পেৰা সাঁতোৰত পদকজয়ী অসমৰ খেলুৱৈক সম্বৰ্ধনা
উত্তৰ-পূৰ্বাঞ্চল
দৈনন্দিন বাৰ্তা
-
November 1, 2024
অসম পেৰালিম্পিক সন্থাই(National Paris Paralympics) সদ্য সমাপ্ত ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত(Swimming Championships) পদকজয়ী ৰাজ্যৰ খেলুৱৈসকলক খানাপাৰাৰ ষ্টাফ কলেজৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনায়(Celebrating Diversity)৷
IPL 2025 Retention Players: আইপিএলত ৰিয়ান পৰাগৰ মূল্য ১৪ কোটি
অসম
দৈনন্দিন বাৰ্তা
-
October 31, 2024
বিশ্ব ক্ৰিকেটত বিশেষ স্থান লাভ কৰা আই পি এলৰ দলবোৰৰ বাবে খেলুৱৈৰ নিলাম আৰম্ভ হৈছে(IPL 2025 Retention Players)। ইতিমধ্যে আই পি এল নিলামত আগতে ৰখা খেলুৱৈসকলৰ তালিকা ঘোষণা কৰা হৈছে। মুঠ ৪৬জন ক্ৰিকেটাৰক ১০টা দলে ৰাখিছে(Riyan Parag)। আনহাতে, যোৱা বছৰৰ তুলনাত তেওঁলোকৰ ৪০জনৰ মূল্য বৃদ্ধি পাইছে
Union Home Minister’s Skill Medal: আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তসহ পাঁচ বিষয়া জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক
অসম
দৈনন্দিন বাৰ্তা
-
October 31, 2024
অসম আৰক্ষীৰ বিশেষ টাস্কফ'ৰ্চৰ চাৰিজন সদস্য ক্রমে এছ টি এফৰ মুৰব্বী আই জি পি পার্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, লেন্সনায়ক হেমন্ত কছাৰী আৰু ইউ বি কনিষ্টবল ৰাজকুমাৰ কৈৱৰ্তলৈ গৃহ পবিক্রমা মন্ত্ৰালয়ৰ দ্বাৰা বিশেষ অভিযানৰ ক্ষেত্ৰত কেন্দ্রীয় গৃহ মন্ত্ৰীৰ দক্ষতা পদক(Union Home Minister's Skill Medal) প্রদান কৰা হৈছে।
Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?
অসম
দৈনন্দিন বাৰ্তা
-
October 31, 2024
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে। ১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী।
Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।
1
...
60
61
62
...
106
Page 61 of 106
Popular
BJP: বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন
দৈনন্দিন বাৰ্তা
-
March 18, 2026