assam

Prominent Social Worker: নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বল্লদেৱ শৰ্মাৰ দেহাৱসান

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আৰু উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান(Prominent Social Worker) নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে দিনৰ প্ৰায় ২.২০ বজাত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ(All Assam Rural Library Association)।

Bononir Chokulo: বননীৰ চকুলো- এখন বৰ সুন্দৰ গ্ৰন্থ পঢ়িলোঁ

'সমাজৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত যেতিয়াই আমি মনে মনে থাকিবলৈ আৰম্ভ কৰোঁ সেই দিনাই আমাৰ জীৱন শেষ হৈ যাবলৈ আৰম্ভ কৰে।' কথাষাৰ কৈছিল মাৰ্টিন লুথাৰ কিং। 'বননিৰ চকুলো'(Bononir Chokulo) নামৰ শিৱ সাধক, পৰশুৰাম কাকতিৰ দ্বাৰা ৰচিত উপন্যাসখনত সেই কথাই প্ৰতিপন্ন হৈছে

Bangagaon Assembly Constituency By Election: বঙাইগাঁৱত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভদ্ৰেশ্বৰ বৰ্মন আৰু অনুপ কুমাৰ কৰ্মকাৰৰ মনোনয়ন দাখিল

নিৰ্বাচন আহিলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজক নানা সুবিধা তথা প্ৰলোভন আৰু আশ্বাস প্ৰদান কৰি অহা পৰিলক্ষিত হৈ আহিছে৷একাংশ প্ৰাৰ্থীয়ে আকৌ ভোটাৰৰ সমৰ্থন লাভৰ বাবে ভোটাৰৰ মাজত মাদক দ্ৰব্য বিতৰণ কৰাৰো সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে৷একেদৰে নিৰ্বাচনৰ সময়ত ঠায়ে ঠায়ে জব্দও হৈ আহিছে মাদক দ্ৰব্য৷পিছে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত(Bangagaon Assembly Constituency By Election) নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া সমাজকৰ্মী তথা আন্তঃ ৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনৰ(Bhadreshwar Burman) নিৰ্বাচনী ইচ্ছ্যুই সুকীয়া৷প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ সমৰ্থন লাভৰ বাবে ভোটাৰক মাদক দ্ৰব্য বিতৰণ কৰা দূৰৰে কথা, বৰং তেওঁৰ নিৰ্বাচনী ইচ্ছ্যুই হ'ল সমাজৰ পৰা মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাহে

AMSU: হোজাই আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমছুৰ ধৰ্ণা

হোজাই জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহস্পিতবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু'ৰ(AMSU) হোজাই জিলা সমিতিয়ে বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় এক হেজাৰৰো অধিক লোকৰ অংশগ্ৰহণত আমছু'ৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ হোজাই

Classical Language of India: অসমীয়া ভাষা জগত সভালৈ যাব

কামৰূপা মোৰ সুৱদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই কথাযেন চিৰযুগমীয়া হওক। অসমীয়া ভাষাক ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে। অসমীয়া হিচাপে আমি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অসমৰ অসমীয়া আৰু অসমীয়া ভাষাৰ(Classical Language of India) প্ৰতি আনুগত্য থকা প্ৰতিজন লোকেই এই স্বীকৃতিৰ বাবে আনন্দিত আৰু গৌৰৱান্বিত

Popular