Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
assam
মঙলদৈত ১০৮ সেৱাৰ ড্ৰাইভাৰক আক্ৰমণ
চাহ শ্ৰমিকক মাটিৰ পট্টা: বাগিচাই বাগিচাই চাৰিজনীয়া কমিটী…
আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ বান অসম আৰু অস্তিত্ব অসমৰ আত্মসমৰ্পণ
Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে
অসম
দৈনন্দিন বাৰ্তা
-
October 22, 2024
ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।
Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী
অসম
দৈনন্দিন বাৰ্তা
-
October 22, 2024
মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।
17th Inter District Wrestling Championship 2024: গুৱাহাটীত সামৰণি পৰিল ১৭ সংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ
assam
দৈনন্দিন বাৰ্তা
-
October 21, 2024
ৰাজ্যপালগৰাকীয়ে কয়– পূৰ্বে পঢ়িলে শুনিলে হৈছিল মহাৰাজ, এতিয়া খেলিলেও হয় মহাৰজা৷(17th Inter District Wrestling Championship 2024)
Writer Imran Shah: কথা শিল্পী ইমৰাণ শ্বাহক ‘ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা’ প্ৰদান
ৰাইজৰ বাৰ্তা
দৈনন্দিন বাৰ্তা
-
October 20, 2024
গুৱাহাটী, ২০ অক্টোবৰঃ শিৱসাগৰৰ ঐতিহাসিক ধাই আলিৰ বাসগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ প্ৰখ্যাত কথা শিল্পী, কবি গীতিকাৰ, গল্পকাৰ ঔপন্যাসিক, অনন্য শৈলীৰ কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপিত(Assam Sahitya Sabha) ইমৰান শ্বাহক(Writer Imran Shah) 'ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা-২০২৪(Sahid Mojammil Hok Matrivasa Bota) প্ৰদান কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিয়ে।
All Assam Inter-District Wrestling Championship: সপ্তদশসংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
October 19, 2024
গুৱাহাটী, ১৯ অক্টোবৰঃ আজিৰ পৰা অসম মল্লযুঁজ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত(Tarun Ram Fukan Indore Stadium) বহু প্ৰত্যাশিত সদৌ সপ্তদশ অসম আন্তঃ জিলা মল্লযুঁজ প্ৰতিযোগিতা (All Assam Inter-District Wrestling Championship)আৰম্ভ হৈছে। ১৯ অক্টোবৰৰ পৰা আৰু ২০ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতা আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।
1
...
63
64
65
...
104
Page 64 of 104
Popular
Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions!
দৈনন্দিন বাৰ্তা
-
December 6, 2025