Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
assam
মঙলদৈত ১০৮ সেৱাৰ ড্ৰাইভাৰক আক্ৰমণ
চাহ শ্ৰমিকক মাটিৰ পট্টা: বাগিচাই বাগিচাই চাৰিজনীয়া কমিটী…
আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ বান অসম আৰু অস্তিত্ব অসমৰ আত্মসমৰ্পণ
AGP foundation day অক্টোবৰত ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
assam
দৈনন্দিন বাৰ্তা
-
September 24, 2024
AGP foundation day ১৪ অক্টোবৰত ।Dibrugarh ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে ১৪ অক্টোবৰত ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। ডিব্ৰুগড় জিলাৰ Jerai জেৰাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব।
Dr. Himanta Biswa Sarmaমুখ্যমন্ত্ৰীক প্ৰশংসা জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলৰ
assam
দৈনন্দিন বাৰ্তা
-
September 23, 2024
মাৰাংগাৰ আৰু বৰাপানীত দিহানাম পৰিবেশন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলে ; মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি ; নামঘৰৰ উন্নয়নত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসা
Broker new name থানাৰ দালালৰ নতুন নাম
assam
দৈনন্দিন বাৰ্তা
-
September 23, 2024
Broker new name থানাৰ দালালৰ নতুন নাম
AAP to fight electionsকেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে – ৰাজেশ শৰ্মা
assam
দৈনন্দিন বাৰ্তা
-
September 22, 2024
AAP to fight elections"ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অন্য কোনো দলৰ সৈতে বুজাবুজি নকৰে। ইয়াৰ বিপৰীতে অসমৰ ৰাইজৰ সৈতে বুজাবুজি কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপে। আপৰ নেতা-কৰ্মী সকলৰ বাবে এই নিৰ্বাচন হ'ব কোৱাৰ্টাৰ ফাইনেল। কেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে - ৰাজেশ শৰ্মা
District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই
assam
দৈনন্দিন বাৰ্তা
-
September 22, 2024
District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দুই শতাধিক বানাক্রান্তই আশ্রয় গ্রহণ কৰিব পৰাকৈ নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটোত শৌচাগাৰ আৰু ৰান্ধি খোৱা বোৱাৰ বাবে পাকঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছে।
1
...
65
66
67
...
104
Page 66 of 104
Popular
Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions!
দৈনন্দিন বাৰ্তা
-
December 6, 2025