assam

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ প্ৰতিশ্ৰুতি- প্ৰতিফলন-পৰিকল্পনা অনুষ্ঠান

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ  উদ্যোগত আজি প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ লখিমপুৰ আৰু মাজুলী জিলাৰ সীমান্তবৰ্ত্তী ...

১৫ নং ৰাষ্ট্ৰীয়  ঘাইপথৰ গোগামুখ নগৰ অংশত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰমদান কাৰ্যসূচী

গোগামুখ নগৰৰ  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অংশ অতিকেই বিধ্বস্ত হৈ পৰাত আৰু ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাতা সংস্থা, ৰাজ্যিক লোক নিৰ্মাণ বিভাগ, কোনো মন্ত্ৰী-বিধায়ক, সাংসদে...

মৃদঙীয়া গায়ন বায়ন সংস্কৃতিৰ উত্তৰণৰ প্ৰচেষ্টা মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত গুৰুত্বপূর্ণ সভা

ৰাজ্যৰ কেবাটাও খিলঞ্জীয়া জনগোষ্ঠীৰ জনজীৱনৰে এক অপূর্ব সাংস্কৃতিক পৰিচয় জড়িত হৈ থকা মৃদঙীয়া লোক কৃষ্টিৰ নিয়মিত চৰ্চা, সংৰক্ষণ, সংবৰ্দ্ধনৰ লগতে ইয়াৰ বিজ্ঞান সন্মত উত্তৰণৰ...

পকচ’ আদালতৰ ঐতিহাসিক ৰায়ধৰ্ষণকাৰীক ২০ বছৰ কাৰাদণ্ডৰ লগতে বিশ হাজাৰ টকা জৰিমনা

গোৱালপাৰা জিলা সত্র ন্যায়াধীশ জিতু বৰ্মনৰ আদালত তথা বিশেষ পকচ' আদালতেআজি গোৱালপাৰা আদালতৰ বিশেষ পকচো আদালতে এক ঐতিহাসিক ৰায়যোগে ময়নাল হক নামৰ এজন...

দুলুং সংৰক্ষিত বনাঞ্চলত ৫০০ কিলোগ্ৰাম ওজনৰ বোমা উদ্ধাৰ

লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্ত্তী দুলুং সংৰক্ষিত বনাঞ্চলত আজি দুটাকৈ শক্তিশালী বোমা উদ্ধাৰ কৰা হৈছে ৷ ঘটনাৰ বিৱৰণি লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ...

Popular