বিপুল উৎসাহেৰে ডিফুত আৰম্ভ ‘অসম গ্ৰন্থমেলা’…

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ সোমবোৰে আবেলি ৪ বজাত শুভ উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাঙে।

Related Articles