শিৱসাগৰ ন্যায়িক আদালতৰ নতুন ভৱন উদ্বোধন…                 

শিৱসাগৰ ন্যায়িক আদালতৰ নতুন ভৱনটি আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় কৃষ্ণই, সুমন শ্যাম ন্যায়াধীশ গুৱাহাটী উচ্চ ন্যায়ালয়,  দেৱাশীষ বৰুৱা ন্যায়ধীশ গুৱাহাটী উচ্চ ন্যায়ালয়, অৰুণ দেৱ চৌধুৰী তত্বাৱধায়ক ন্যায়াধীশ, শিৱসাগৰ জিলা ন্যায়পালিকাৰ সৌষ্ঠৱ উপস্থিতিত শিৱসাগৰ ন্যায়িক আদালতৰ নতন ভৱনটি উদ্বোধন কৰা হয়।

Related Articles