June 24, 2022 IB ৰ সঞ্চালকৰ পদত নিযুক্তি অসম সন্তান IPS বিষয়া তপন কুমাৰ ডেকা Share FacebookTwitterWhatsAppTelegramKooEmail অসমবাসীৰ বাবে এক ভাল খবৰ। Intelligence Bureau ৰ সঞ্চালক পদত নিযুক্তি অসম সন্তান IPS বিষয়া তপন কুমাৰ ডেকা।এই পদত নিযুক্তি পোৱা তেঁওৱে হৈছে প্ৰথম গৰাকী অসমীয়া। ১৯৮৮ বেষ্টৰ IPS বিষয়া আছিল তপন কুমাৰ ডেকা। Author: দৈনন্দিন বাৰ্তা Related Articles IPL 2026: ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰঃ গুৱাহাটীত IPLৰ ৩খনকৈ মেচ দৈনন্দিন বাৰ্তা - March 12, 2026 PM Narendra Modi: কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দৈনন্দিন বাৰ্তা - March 12, 2026 অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026