June 24, 2022 IB ৰ সঞ্চালকৰ পদত নিযুক্তি অসম সন্তান IPS বিষয়া তপন কুমাৰ ডেকা Share FacebookTwitterWhatsAppTelegramKooEmail অসমবাসীৰ বাবে এক ভাল খবৰ। Intelligence Bureau ৰ সঞ্চালক পদত নিযুক্তি অসম সন্তান IPS বিষয়া তপন কুমাৰ ডেকা।এই পদত নিযুক্তি পোৱা তেঁওৱে হৈছে প্ৰথম গৰাকী অসমীয়া। ১৯৮৮ বেষ্টৰ IPS বিষয়া আছিল তপন কুমাৰ ডেকা। Author: দৈনন্দিন বাৰ্তা Related Articles বিশ্ব খ্যাত কৃষি বিজ্ঞানী ডঃ প্ৰশান্ত কুমাৰ কলিতাৰ শেষকৃত্য সম্পন্ন, চাপৰত গুণমুগ্ধৰ ভিৰ দৈনন্দিন বাৰ্তা - July 8, 2026 মঙলদৈত উচ্ছেদিত পৰিয়ালক পুনঃস্থাপনৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট দৈনন্দিন বাৰ্তা - July 8, 2026 শ্বহীদ পিয়লি ফুকন–জীউৰাম দুলীয়াবৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি আৰু দিচাং নদীৰ গৰাখহনীয়া ৰোধৰ দাবী জনালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দৈনন্দিন বাৰ্তা - July 8, 2026