প্ৰধানমন্ত্ৰী মোদীক নতুন দিল্লীত সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত অসমৰ বিভিন্ন সমস্যাসমূহৰ লগতে অসমৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি সম্পৰ্কে আলোচনা কৰা হয় । আগন্তুক দিনসমূহত প্ৰধানমন্ত্ৰীগৰাকীৰ দিহা-পৰামৰ্শৰ সহায়ত যাতে ৰাজ্যখনক উন্নয়নৰ শিখৰলৈ আগুৱাই নিব পৰা যায়, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে তেখেতৰ সহযোগিতা কামনা কৰে ।

Related Articles