ৰাজ্যত প্ৰবল ভূমিকম্প। (Assam Earthquake)
৪:১৭ মিনিটত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.৬।
ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলা।
ভূপৃষ্ঠৰ পৰা প্ৰায় ৫০ কি:মি: গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই ক্ষয়ক্ষতিৰ কোনো তথ্য।

