January 10, 2026 Assam Earthquake: পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি Share FacebookTwitterWhatsAppTelegramKooEmail পুনৰ ভূমিকম্পৰ জোকাৰণি অসমত।(Assam Earthquake) পুৱা ৬ বাজি ৬ মিনিটত ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নলবাৰী জিলা। ৰিখটাৰ স্কেলত প্রাবল্য আছিল ২.৯। ৫ আৰু ৮ জানুৱাৰীতো ভূমিকম্পই জোকাৰি গৈছিল অসম। Author: দৈনন্দিন বাৰ্তা Related Articles জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg দৈনন্দিন বাৰ্তা - March 17, 2026 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক । দৈনন্দিন বাৰ্তা - March 16, 2026 Himanta Biswa Sarma: ৫২% ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক দৈনন্দিন বাৰ্তা - March 16, 2026