June 16, 2024 গ্ৰেণ্ড প্ৰিক্স ২০২৪ত ৰূপৰ পদক লাভ অসম কন্যা লাভলীনা বৰগোঁহাইৰ… Share FacebookTwitterWhatsAppTelegramKooEmail আ এক সফলতা অসম কন্যা লাভলীনা বৰগোঁহাইৰ। গ্ৰেণ্ড প্ৰিক্স-২০২৪ত ৰূপৰ পদক লাভ লাভলিনা বৰগোহাঁইৰ। চীনৰ প্ৰতিপক্ষ লী কিয়ানৰ বিৰুদ্ধে ২-৩ ব্যৱধানত পৰাস্ত অসমৰ বক্সাৰগৰাকী। Author: দৈনন্দিন বাৰ্তা Related Articles তুলিৰামৰ সাম্ৰাজ্যত ‘লংকাকাণ্ড’; প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে পিতৃগৃহ দৈনন্দিন বাৰ্তা - December 23, 2025 ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025