বিশ্ব স্বাস্থ্য দিৱসত বি বৰুৱা কৰ্কট প্ৰতিস্থাপনত অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী ।
দিৱসৰ লগত সংগতি ৰাখি ডo বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ শংকৰ লাল গোয়েঙ্কা বঁটা প্ৰদান ।
শংকৰ লাল গোয়েঙ্কা বঁটা ভাৰতৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ মুৰব্বী অধ্যাপক ডাo গৌৰা কিশোৰ ৰথলৈ ।
ৰাজ্যপালে প্ৰদান কৰে বঁটা ।
অনুষ্ঠানতে BBCI সঞ্চালক ডঃ অমল চন্দ্ৰ কটকীৰ “Triple C in Cancer” নামৰ গ্ৰন্থখনিৰো কৰিব উন্মোচন ।
গ্ৰন্থখন উন্মোচন কৰে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে ।

