Breaking

জনগণক ১ কোটিতকৈ অধিক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা প্ৰথমখন ৰাজ্য হিচাপে স্বীকৃতি লাভ অসমৰ

0 25

স্বাস্থ্য খণ্ডত অসমৰ আন এক সফলতা।

সকলোৰে বাবে স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্যক সফল কৰাৰ দিশত অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই গৈছে বুলি উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰে যে, ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰু ‘আয়ুষ্মান আপকে দ্বাৰ অভিযান’ৰ দৰে দূৰদৰ্শী পদক্ষেপৰ জৰিয়তে জনগণক ১ কোটিতকৈ অধিক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা প্ৰথমখন ৰাজ্য হিচাপে অসমে স্বীকৃতি লাভ কৰিছে।

Leave A Reply