Breaking

অসম গৃহ নিৰ্মান পৰিষদৰ অধ্যক্ষ পুলক গোহাঁইক সম্বৰ্ধনা

0 2,267

শুক্ৰবাৰে অসম গৃহ নিৰ্মান পৰিষদৰ অধ্যক্ষ পুলক গোহাঁইক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে ফুলৰ থোপা আৰু গামোচাৰে সন্মান জনায়।গুৱাহাটী মহানগৰীৰ খাৰঘুলি পাহাৰ হাউচিং চৌহদ মহিলা সমন্বয় সমিতিয়ে গৃহ নিৰ্মাণ পৰিষদে প্ৰদান কৰে এই সম্বৰ্ধনা।

Leave A Reply