ইস্তাহাৰ মুকলি কৰিলে দলটোৰ সভাপতি লুৰিন জ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই , মুখ্য উপদেষ্টা বসন্ত ডেকাই
পৌৰ নিগমৰ নিৰ্বাচনত ২৫ টা ৱাৰ্ডত প্ৰাৰ্থী দিছে দলটোৱে ।
গুৱাহাটীত খিৰতি খাই হিচাপে চৰকাৰে ব্যবহাৰ কৰাৰ অভিযোগ।
চৰকাৰৰ সদইচ্ছা , পৰিকল্পনা হীনতাৰ বাবে উন্নয়ন হোৱা নাই গুৱাহাটীত ।
দোষ্ট হবিবুৰ ৰহমানৰ গুৱাহাটীকলৈ গোৱা পেৰদি গানেৰে আধাৰত অসম জাতীয় পৰিষদৰ ইস্তাহাৰ।
খোৱা পানীৰ যোগান, কৃত্ৰিম বান , জাৱৰ নিস্কাৰষন এই স্থান পাইছে AJP ৰ ইস্তাহাৰত।
ষ্ট্ৰিক লাইট , CCTVকেমেৰাৰ ব্যবস্থা কৰাৰ কথা প্ৰকাশ পাইছে ইস্তাহাৰত।
বিদ্যুৎ ৰ ৫০ ইউনিট বিনামূলীয়া কৰাৰ চেষ্টা কৰিব দলটোৱে
ইয়াৰ উপৰিও ইস্তাহাৰত আছে মহানগৰ বাসীৰ বাবে বহু প্ৰতিস্ৰুতি ।
ভৰলু নৈ ৰ
খোৱা পানী সমস্যা ক চৰকাৰে সমাধান কৰিব নোৱাৰাৰ অভিযোগ অনি ৰাইজৰ মাজলৈ যাব অসম জাতীয় পৰিষদৰ
গুৱাহাটী ৰ ৪ খন পানী যোগান আঁচনি ৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগ দলটোৰ।

