March 20, 2022 ১৯ মাৰ্চত অসম আৰক্ষীয়ে আটক কৰা যুৱক কেইজন আলফা স্বাধীনৰ নহয় বুলি স্পষ্টীকৰণ Share FacebookTwitterWhatsAppTelegramKooEmail ১৯ মাৰ্চত গুৱাহাটীত আৰু চৰাইদেউত অসম আৰক্ষীয়ে আটক কৰা মাজুলীৰ টুটু বৰা,দেৱজিত ভূঞা,মিঠু বৰুৱা আৰু মনিপুৰৰ ফিৰোজ খান আলফা স্বাধীনৰ সৈতে জড়িত নহয় বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে স্পষ্টীকৰণ দিছে আলফা স্বাধীনে৷ Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026 ফাগুনৰ শুষ্কতাত নাজল-নাথল অৱস্থা অসমবাসীৰঃ গুৱাহাটীকে ধৰি ৰাজ্যত হ’ব বৰষুণ দৈনন্দিন বাৰ্তা - February 25, 2026