আছাম ৰাইজিং( ইভেন্টে)

মৰাণৰ হিংৰীজান পূজাস্থলিত অতপালি কৰা দুই উদণ্ড যুৱকক গ্ৰেপ্তাৰ

বিজয়া দশমীত  দেৱী বিসৰ্জনৰ পিছত মৰাণৰ হিংৰীজান বাগানৰ পূজাস্থলিত উদভণ্ডালি কৰা দুই উদণ্ড যুৱকক মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে । পূজা...

চামতাত নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে বাঁহ শিল্পৰ মাজত সা-সঁজুলিৰ টোপোলা বিতৰণ

পশ্চিম নলবাৰীৰ  চামতাত নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ জৰিয়তে বাঁহ শিল্পৰ লগত জড়িত অনুসূচীত জাতি আৰু জনজাতিৰ মুঠ ৪৭ গৰাকী বাঁহ শিল্পীৰ মাজত...

দৰঙৰ মধ্য মঙলদৈ কাইঠপাৰাত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, সৰ্বগুণাকৰ, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, তথা নামঘৰ প্ৰতিষ্ঠাতা শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৩ সংখ্যক জন্ম উৎসৱ ৷ পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে দেৱেন...

বিশ্বনাথ জিলাৰ ইটাখোলাতো এক উৎসৱ মূখৰ পৰিৱেশৰ মাজত দশমী পূজা সম্পন্ন কৰি দেবীক বিদায় জনায় ।

ঢাক ঢোল মন্ত্ৰ উচ্চাৰনৰে দেৱীৰ  পূজা অৰ্চনাৰে মুখৰিত হৈ পৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজাস্থলী সমূহ।এক কথাত সমগ্ৰ ৰাজ্যজুৰি এক উৎসৱ মূখৰ পৰিৱেশে বিৰাজ  কৰে।...

দিশপুৰ মহাবিদ্যালয়ৰ অধ্যাপক পংকজ কুমাৰ কাথাৰৰ বিয়োগ

দিশপুৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক, মহানগৰীৰ পশ্চিম প্ৰান্তৰ গড়চুকস্থিত লাচিতগড় হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি, পূব ৰামচাৰাণি ৰঙালী বিহু উদযাপন কমিটিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ...

Popular