December 31, 2020 অসম ৰাজ্যিক চিৰিয়াখানা পুনৰ মুকলি Share FacebookTwitterWhatsAppTelegramKooEmail অৱশেষত আজিৰে পৰা পুনৰ মুকলি কৰা হ’ব গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা । কৰ’ণাৰ প্ৰকোপৰ ওপৰত লক্ষ্য ৰাখি ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছিল চিৰিয়াখানা । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিব চিৰিয়াখানা । Author: দৈনন্দিন বাৰ্তা Related Articles “হাতত বিড়ি মুখত পান ভাগৌ মিঞা পাকিস্তান” : খিলঞ্জিয়া ঐক্য মঞ্চ, অসম দৈনন্দিন বাৰ্তা - February 6, 2026 ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাই উদ্বোধন কৰিলে দুখন স্থায়ী সাংস্কৃতিক মঞ্চ দৈনন্দিন বাৰ্তা - February 6, 2026 Do Deewane Seher Mein-ৰ নায়িকা মূৰ্ণাল ঠাকুৰৰ বন্ধুৰ চৰিত্ৰত কলিয়াবৰৰ ডিম্পল দৈনন্দিন বাৰ্তা - February 6, 2026