Breaking

আজি অসমে পাব ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্প…

0 19

নিৰ্ধাৰিত সময় মতেই ১১.৩০ বজাৰ পৰাই আৰম্ভ হ’ব প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা। এই জনসভালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাইজ। প্ৰায় ডেৰলক্ষাধিক লোকক সম্বোধন কৰিব মোডীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে আজি শিলন্যাস কৰিব

  • ৮৩২ কোটি টকাৰে নেহৰু ষ্টেডিয়াম উন্নীতকৰণ প্ৰকল্প।
  • ৩৫৮ কোটি টকা ব্যয়ৰে লোকপ্ৰীয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী পথ প্ৰকল্প।

  • ৩০০ কোটি টকা ব্যয়ৰে চন্দ্ৰপুৰ ষ্টেডিয়ামৰ প্ৰকল্প।
  • ৫৭৮ কোটি টকা ব্যয়ৰে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় প্ৰকল্প।
  • ৩,২৫০ কোটি টকা ব্যয়ৰে GMCHৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প।

  • ৪৯৮ কোটিটকীয়া মা কামাখ্যা কৰিডৰ প্ৰকল্প।
  • ৩.৮৮৮ কোটি টকা ব্যয়ৰে ৩৮ খন দলংসহ ৪৩ টা পথৰ উন্নীতকৰণ প্ৰকল্প।
  • ২৯৭ কোটি টকা ব্যয়ৰে ঐক্য ভৱন।
Leave A Reply