Assam Weather: বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণীঃ অসমত দুদিনলৈ ধাৰাসাৰ বৰষুণ

অসমত তিনি দিনলৈ ধাৰাসাৰ বৰষুণৰ(Assam Weather)সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই৷ অসম, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ ত্ৰিপুৰা আৰু নাগালেণ্ডত শুকুৰবাৰে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷

অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত আজি ঘণ্টাত ৬০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে৷ অৰুণাচল প্ৰদেশত আজি ঘণ্টাত ৪০১ পৰা ৫০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে৷

অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত শুকুৰবাৰে ঘণ্টাত ৬০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে৷ অৰুণাচল প্ৰদেশত শুকুৰবাৰে ঘণ্টাত ৪০১ পৰা ৫০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে৷

Related Articles