Breaking

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু ! ওড়িশাত কৰুণ মৃত্যুক সাৱটিলে নগাঁৱৰ দুই যুৱকে…

0 17

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ মৃত্যু
ওড়িশাত কৰুণ মৃত্যু সাৱটিলে নগাঁৱৰ দুই যুৱকে
KGS নামৰ এটা ৰডৰ কোম্পানীত কৰ্মৰত অৱস্থাত মৃত্যু শ্রমিকদ্বয়ৰ
নিহত শ্রমিকদ্বয় দেবেন বাগলাৰী, বাবুল দাস


নগাঁৱৰ কঠিয়াতলী শগুণবাহীৰ নিহত দেবেন বাগলাৰী
নগাঁৱৰ নৈ পামৰ বাবুল দাসৰো মৃত্যু
টার্মিনেলৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ মৃত্যু দুই শ্ৰমিকৰ


ঘটনাত আন ১০জন লোক আহত
চাৰিজনৰ অৱস্থা সংকটজনক
কোম্পানী কর্তৃপক্ষৰ অৱহেলাৰ বাবে সংঘটিত এই দুর্ঘটনা
দুই শ্ৰমিকৰ মৃতদেহ লৈ ইতিমধ্যে অসমলৈ ৰাওনা পৰিয়ালৰ লোক

Leave A Reply