অসম

Nandini Kashyap: কি সঁচা, কি মিছা? দুৰ্ঘটনা খবৰ নোপোৱা বুলি মিছা কৈছিল নেকি আৰক্ষীয়ে?

কি সঁচা, কি মিছা? (Nandini Kashyap) দুৰ্ঘটনা খবৰ নোপোৱা বুলি মিছা কৈছিল নেকি আৰক্ষীয়ে? যদি দুৰ্ঘটনা সংঘটিত কৰা খবৰে পোৱা নাছিল আৰক্ষীয়ে তেন্তে কেনেকৈ নন্দিনী কাশ্যপে সংঘটিত কৰা দুৰ্ঘটনাস্থলীলৈ গৈছিল আৰক্ষী।

Gaurav Gogoi: ‘দেশতকৈ গৌৰৱ গগৈ ডাঙৰ নহয়, পাকিস্তানৰ হকে মাত মতাৰ বাবে গৌৰৱ গগৈক বঁটা দিব লাগে’

দেশতকৈ ডাঙৰ (Gaurav Gogoi) নহয় গৌৰৱ গগৈ। কোনোৱে কৰিব নোৱাৰা কাম গৌৰৱ গগৈয়ে কৰি দেখুৱালে। পাকিস্তানৰ হকে মাত মতাৰ বাবে গৌৰৱ গগৈক বঁটা দিব লাগে।

Amguri News: শাস্তিৰ সন্মুখীন হ’ব নে আমগুৰি থানাৰ OC অৰ্পন শইকীয়া ?

আমগুৰি আৰক্ষী থানাৰ (Amguri News) ভাৰপ্ৰপ্ত বিষয়া অৰ্পন শইকীয়াৰ বিৰুদ্বে উঠিছে আভিযোগ। থানাৰ পৰা কেইমিটাৰমান আঁতৰতেই পিতৃসহ এগৰাকী কিশোৰীক অপদস্ত কৰাৰ অভিযোগ OC অৰ্পন শইকীয়াই।

Nandini Kashyap: ২০২৫-২০২৬ নাট্যবৰ্ষৰ বাবে নন্দিনী কাশ্যপৰ সৈতে থকা চুক্তি বাতিল কৰিলে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই

২০২৫-২০২৬ নাট্যবৰ্ষৰ বাবে নন্দিনী (Nandini Kashyap) কাশ্যপৰ সৈতে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিলে চুক্তি।

থানাই থানাই জৰিমনা, জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ অভিনেত্ৰী নন্দিনী কাশ্যপদুৰ্ঘটনাৰ পাছতো নকৰা হৈছিল আৰক্ষীৰ সৈতে যোগাযোগ – DCP জয়ন্ত সাৰথি বৰা । nandini kashyap

থানাই থানাই জৰিমনা, জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ অভিনেত্ৰী নন্দিনী কাশ্যপদুৰ্ঘটনাৰ পাছতো নকৰা হৈছিল আৰক্ষীৰ সৈতে যোগাযোগ – DCP জয়ন্ত সাৰথি বৰা । nandini kashyap

Popular