অসম

ৰঙালাও, জাতিলাও, আনাৰস দেখি ৰৈ গ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। গাড়ীৰ পৰা নামি কিনি ল’লে থলুৱা সেই খাদ্য সামগ্ৰীসমুহ।

আজি এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱাৰ পথত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নংপোৰ সমীপত থলুৱা পাচলিৰ দোকান দেখি এখন্তেক ৰয় আৰু...

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীলৈ নগদ দুই লাখ টকাৰ পুৰস্কাৰ…

ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আগবঢ়ালে এই পুৰস্কাৰ। বন্যপ্ৰাণীৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰক উৎখাত কৰাৰ বাবেই...

মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত আহত সাতজন …

নিশা নলবাৰী জিলাৰ মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। আৰক্ষীৰ তালাচিৰ পৰা পলায়ন কৰা বাহনে এফালৰ পৰা মহতিয়াই নিলে বহুকেইখন বাহন। নলবাৰী জিলাৰ মুকালমুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা।...

ধুবুৰীৰ ভাষানী চৰ গাঁও পঞ্চায়তত বিধায়ক উন্নয়ন পুঁজিৰ অধীনত তিনি লাখ টকাৰ এখন পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ

ধুবুৰীৰ ভাষানী চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিধায়ক উন্নয়ন পুজিৰ অধিনত মহম্মদ আলীৰ ঘৰৰ পৰা সেখেৰ উল্লা এম,ই,স্কুললৈকৈ এখন পথ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে। তিনি...

দক্ষিণ ভাৰতৰ বিগ বাজেটৰ ছবিত কণ্ঠদান কৰিব অসমৰ সংগীত শিল্পী অন্তৰা নন্দীয়ে…

অসমৰ বাবে সুখবৰ । দক্ষিণ ভাৰতৰ মণিৰত্মৰ ৫০০ কৌটি টকা বিগ বাজেটৰ ফিল্ম PS-1 অ'ত সংগীত জগতৰ নক্ষত্ৰ এ আৰু ৰহমানৰ সংগীত পৰিচালনাত কণ্ঠদান...

Popular