অসম

প্ৰথিতযশা অভিনেতা, অসমীয়াৰ প্ৰানৰ নিপনদা, নিপন গোস্বামীৰ বিয়োগত দৈনন্দিন বাৰ্তা গোষ্ঠীৰ তৰফৰ পৰা অশ্ৰু অঞ্জলি

আধুনিক চিকিৎসা বিজ্ঞানৰ ওচৰত হাৰ মানি জীৱন নাটৰ সামৰণি মাৰিলে অসমীয়া ছবি জগতৰ উজ্জ্বল নক্ষত্ৰ নিপন গোস্বামীয়ে। বিগত চাৰিটা দিন গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন...

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহখনি অহা ৩০ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’ব…

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২২ৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহখনি অহা ৩০ অক্টোবৰ ২০২২ তাৰিখে দিনজোৰাকৈ অনুষ্ঠিত হ’ব।সোণাৰাম উচ্চতৰ মাধ্যমিক...

শুৱালকুছিত হেঙুল থিয়েটাৰৰ কৰ্মচাৰীৰ কৰ্তব্যৰত অৱস্থাত কৰুণ মৃত্যু

শুৱালকুছিত তিনিটি নিশাৰ বাবে প্ৰদৰ্শন কৰা হৈছিল হেঙুল থিয়েটাৰ। হেঙুল থিয়েটাৰত মৰ্মান্তিক ঘটনা। শুৱালকুছিত হেঙুল থিয়েটাৰৰ এগৰাকী কৰ্মচাৰীয়ে কৰুণভাৱে মৃত্যুমুখত পৰে। কালি অন্তিম নিশা পেণ্ডেল সামৰি...

আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰি: আন এজন অভিযুক্তৰ আত্মসমৰ্পণ

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২১ অভিযুক্ত CIDৰ জিম্মাতে আছিল।  আৰক্ষীত নিযুক্তিৰ নথি কেলেংকাৰিৰ আন এজন অভিযুক্তৰ আত্মসমৰ্পণ। চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে ধিঙৰ আজিজুৰ ৰহমান...

নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ’ল ইতিপূৰ্বে ধৃত দুই জেহাদীক

এই জেহাদীকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মিয়া মিউজিয়ামৰ লগত জড়িত এই তিনিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। নলবাৰী সদৰ আৰক্ষী থানালৈ অনা হ'ল ইতিপূৰ্বে ধৃত দুই জেহাদী আবু...

Popular