অসম

কাইলৈ কংগ্ৰেছৰ সভাপতি ৰূপে দায়িত্ব চম্ভালিব মল্লিকাৰ্জুন খাৰ্গেই; অসম প্ৰদেশ কংগ্ৰেছৰ অভিনন্দন

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কাইলৈ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব কাৰ্যভাৰ। আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ৰাজ্যৰ কংগ্ৰেছৰ...

নিশা শুই থকাৰ সময়তে কিশোৰীৰ মূৰত লাগিল গুলী, ICUত ভৰ্তি;ডিব্ৰুগড়ত চাঞ্চল্য

বৰ্তমান ICUত চিকিৎসাধীন ছাত্ৰীগৰাকী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। ডিব্ৰুগড়ৰ লাহোৱাল পাত্ৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা। নিশা শুই থকা অৱস্থাতে কিশোৰীৰ মূৰত লাগিল গুলী। নৱম...

ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত ‘অসমীয়া বাতৰি’ৰ সম্প্ৰচাৰ বন্ধ; প্ৰতিবাদত ভাৰতীয় গণনাট্য সংঘৰ

সোণেশ্বৰ নৰহে অসমৰ সকলো শ্ৰেণী সচেতন নাগৰিকক মাৰবান্ধি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়। অসমৰ সাংস্কৃতিক-বৌদ্ধিক কৰ্ষণৰ ভেটি তথা ঐতিহাসিক প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰে "অসমীয়া...

মিঞা কোন? মিঞা বুলি ক’ত জাতি আছে?-নুৰুল হুদা

‘‘মূল্যবৃদ্ধি, GST, অপশাসনৰ বিষয়বোৰ তল পেলাবলৈ এই কাম কৰিছে৷ মিঞা পৰিষদে ইয়াৰ উত্তৰ দিব লাগিব৷ মই আজিলৈকে মিঞা কোন বুজি নাপালো৷’’-নুৰুল হুদা মিঞা মিউজিয়ামত আছে...

পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ দীৰ্ঘদিনীয়া সপোন ‘জীৱকৃষ্ণ’ৰ উদ্বোধন

পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ দীৰ্ঘদিনীয়া সপোন ‘জীৱকৃষ্ণ’ৰ উদ্বোধনৰ লগতে ‘স্কেল অধ্যয়ন’ নামৰ পশ্চিমীয়া সংগীতৰ ওপৰত এখন ইম্প্ৰুভাইজড কিতাপ মুকলি কৰা হয়। ৰাজ্যখনৰ...

Popular