অসম

গুৱাহাটী পৌৰ নিগমত বৃহৎ কেলেংকাৰি; স্বচ্ছতা বিষয়াসহ ৬ গৰাকী কাৰ্যবাহী অভিযন্তাক গ্ৰেপ্তাৰ

গুৱাহাটী পৌৰ নিগমত ২০ কোটি টকীয়া বিয়াগোম কেলেংকাৰী।কেলেংকাৰিত জড়িত ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে গ্ৰেপ্তাৰ কৰিলে ৭ গৰাকী বিষয়াক।স্বচ্ছতা বিষয়া আছিফ আহমেদসহ ৬...

নিলম্বিত DIG ৰৌণক আলী হাজৰিকাৰ বাসগৃহত ED-ৰ অভিযান

নিলম্বিত DIG ৰৌণক আলী হাজৰিকাৰ বাসগৃহত অভিযান চলায় ED-ৰ অভিযান। ৰৌণক আলি হাজৰিকাৰ হেঙেৰাবাৰীস্থিত বাসগৃহত EDয়ে অভিযান চলায়।  আয়তকৈ অসামঞ্জস্য সম্পত্তি আহৰণৰ অভিযোগতেই এই...

‘মূলাগাভৰু’ নাটকৰ স্ৰষ্টা ড° অনিমা গগৈৰ দেহাৱসান ।

'মূলাগাভৰু' নাটকখন তেওঁৰ অনুমতি নোলোৱাকৈ মঞ্চস্থ কৰা হৈছিল বুলি শেহতীয়াকৈ অভিযোগ কৰিছিল বিশিষ্ট লেখিকাগৰাকীয়ে । বিশিষ্ট লেখিকা, 'মূলাগাভৰু' নাটকৰ স্ৰষ্টা, সমাজকৰ্মী অনিমা গগৈৰ দেহাৱসান।বৃহস্পতিবাৰে সন্ধিয়া...

DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান; জব্দ ৭ লক্ষাধিক টকা

ডিব্ৰুগড় ডিটিঅ’ সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ।ডিটিঅ’ সঞ্জীৱ হাজৰিকাৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ বাসগৃহত চলোৱা হয় এই তালাচী অভিযান। অভিযানকালত এতিয়ালৈকে উদ্ধাৰ ৭,০৩,৮০০ টকা...

বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩ চোৰাং চিকাৰী, জব্দ মৃত হৰিণা পহুসহ জাল-জোং

বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩ দুৰ্ধৰ্ষ চোৰাং চিকাৰী।ৰায়মনাত গ্ৰেপ্তাৰ ৩ চোৰাং চিকাৰী।কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁও মহকুমাৰ ভূটান সীমান্ত এলেকাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণী চিকাৰ...

Popular