অসম

ৰাজ্যিক সহযোগিতা দপ্তৰৰ মন্ত্ৰীসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

'সমবায়ৰ উৎকৰ্ষৰ ক্ষেত্ৰত আমি এক অভিন্ন নীতি গ্ৰহণ কৰিব লাগিব' অমিত শ্বাহ।কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত...

টেঙাখাতত সুধাকণ্ঠ  ড॰ ভূপেন হাজৰিকা জন্ম জয়ন্তী পালন

অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক ॰ ভূপেন হাজৰিকাৰ টেঙাখাততো জন্ম জয়ন্তী পালন কৰা পৰিলক্ষিত হয়৷তদুপৰিও তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক,...

সুধাকণ্ঠ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত টংলাত ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন উদযাপন

ভাৰতৰত্ন, গণশিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ ৯৬ সংখ্যক জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ শিক্ষা...

মাজবাটত ভয়ংকৰ ঘটনা: ধনশ্ৰী নদী পাৰ হ’বলৈ গৈ স্বামী – স্ত্ৰীৰ সলিল সমাধি

ওদালগুৰি জিলাৰ মাজবাটৰ লালপানী আৰক্ষী চকী এলেকাৰ দলনি বস্তি নিবাসী জিতেন গোঁড় (৫০) আৰু তেওঁৰ পত্নী শান্তি গোঁড়ে (৪০) কালি আবেলি ধনশ্ৰী নদী পাৰ...

গুৱাহাটীত ‘পোহৰ’ৰ দশম সংস্কৰণ- ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠান

গুৱাহাটীত ‘পোহৰ’ৰ দশম সংস্কৰণ- ৰাষ্ট্ৰীয় পৰ্যায়ৰফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠিতগুৱাহাটী, ৮ ছেপ্টেম্বৰ: ফটোগ্ৰাফী ক্লাব অৱ আছাম (পিচিএ)ৰউদ্যোগত অনুষ্ঠিত ‘পোহৰ-২০২২’ৰ দশম বাৰ্ষিকী বিশেষসংস্কৰণ (প্ৰিণ্ট আৰু ডিজিটেল সংস্কৰণ)-...

Popular