অসম

বোকাখাতৰ পাণবাৰী CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণ – তিনিজন আৰক্ষী জোৱান আহত, অঞ্চলত হাই এলাৰ্ট জাৰি

বোকাখাতৰ পাণবাৰী CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণ – তিনিজন আৰক্ষী জোৱান আহত, অঞ্চলত হাই এলাৰ্ট জাৰি

Development: উন্নয়নৰ খতিয়ানঃ উন্নয়ন হওক সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰত

বৰ্তমান সময়ত সৰ্বত্ৰ কেৱল উন্নয়নৰ শ্ল'গান।(Development)বাটে-ঘাটে, বজাৰে-সমাৰে মানুহৰ মুখত কেৱল উন্নয়নৰ কথা।

মাতৃহাৰা হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য । Samujjal Kumar Bhattacharya

মাতৃহাৰা হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যবাঁহী গ’ল বীণা ভট্টাচার্যৰ জীৱনৰ সুৰ — অসমীয়াৰ জাতীয় মনোবোৰ কঁপালে ‘আত্মজন’ এজনীৰ বিয়োগ । Samujjal Kumar Bhattacharya

Ambubachi Mela 2025: শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিন

Ambubachi Mela 2025: শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিন

ইৰাণে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক “অসাৰ” । Israel-Iran Attacks 

Israel-Iran Attacks  । মধ্যপ্ৰাচ্যত ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা তীব্ৰ সামৰিক সংঘাতৰ মাজতেই আজি পুৱা এক বিস্ফোৰক মন্তব্য আগবঢ়ায় মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। নিজৰ সামাজিক মাধ্যম হেণ্ডেলযোগে ট্ৰাম্পে দাবী কৰিছিল যে ইৰাণ আৰু ইজৰাইল যুদ্ধবিৰতিত সন্মত হৈছে। কিন্তু ট্ৰাম্পৰ এই ঘোষণাক অসাৰ বুলি ঘোষণা কৰে ইৰাণে।

Popular