অসম

পলাশবাৰী পাৰ্লীৰ কণ্ঠশিল্পী কুমাৰ ভৃগুৰ অকাল বিয়োগ ।

অসমৰ বিভিন্ন বিহুমঞ্চত বিহুসুৰীয়া গীতৰ লগতে আধুনিক গীতেৰে জনপ্ৰিয়তা অৰ্জন কৰা কুমাৰ ভৃগু ওৰফে ভৃগু কুমাৰ কলিতা আৰু নাই। বিগত চাৰি মাহ মানৰপৰা হৃদৰোগত...

বিশ্বনাথ জিলাৰ ইটাখোলাতো এক উৎসৱ মূখৰ পৰিৱেশৰ মাজত দশমী পূজা সম্পন্ন কৰি দেবীক বিদায় জনায় ।

ঢাক ঢোল মন্ত্ৰ উচ্চাৰনৰে দেৱীৰ  পূজা অৰ্চনাৰে মুখৰিত হৈ পৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজাস্থলী সমূহ।এক কথাত সমগ্ৰ ৰাজ্যজুৰি এক উৎসৱ মূখৰ পৰিৱেশে বিৰাজ  কৰে।...

দিশপুৰ মহাবিদ্যালয়ৰ অধ্যাপক পংকজ কুমাৰ কাথাৰৰ বিয়োগ

দিশপুৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক, মহানগৰীৰ পশ্চিম প্ৰান্তৰ গড়চুকস্থিত লাচিতগড় হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি, পূব ৰামচাৰাণি ৰঙালী বিহু উদযাপন কমিটিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ...

কাঁহিকুছিৰ এছ আই পি আৰ ডিত উদ্যমি মহিলাৰ ২৫ দিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণৰ সফল সামৰণি

অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমি মহিলা সকলৰ দক্ষতা বিকাশৰ বাবে শেহতীয়াকৈ বিশেষ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ...

পাঠশালাত ATM চোৰক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ।

পাঠশালা বিদ্যুৎ সংমণ্ডলৰ পৰা এগৰাকী ATM চোৰক ৰাইজে আটক কৰি আৰক্ষীক খবৰ দিয়াত ঘটানস্থলীত পাঠশালা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকা উপস্থিত হয়...

Popular