অসম

চেঙাৰ কাছুমাৰা-কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত। খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখা জনৰ ওচৰত সমূহীয়া প্ৰাৰ্থনা

নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী দক্ষিণ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰা-কাশিমপুৰ ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে। কাছুমাৰা-কাশিমপুৰ গাওঁৰ প্ৰায় তিনিশ পৰিয়াল গৃহহীন হোৱাৰ লগতে শ শ বিঘা...

মৰিগাঁও কৃষি বিভাগৰ বানাক্ৰান্ত অঞ্চলৰ কৃষকক সকাহ দিয়াৰ চেষ্টা।

মৰিগাঁও জিলা খন প্ৰতি বছৰে বানত ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ কৃষক সকল অধিক ক্ষতিগ্ৰস্ত হয় বানত। বছৰি বানত বুৰ গৈ কৃষি পথাৰ সমূহৰ...

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ বিফলতা

ওদালগুৰি জিলাৰ  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডলৰ অধীনত  থকা ওৰাং বিশুদ্ধ খোৱা  পানী যোগান আঁচনিৰ জড়িয়তে দীৰ্ঘ দিন ধৰি ওৰাং অঞ্চলবাসী ৰাইজক ঘৰে ঘৰে...

চুলাই ঘাটি উৎখাত ওৰাং আৰক্ষীৰ

মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাই  চুলাই ঘাটিৰ পৰাই ক'ৰোনাৰ গন সংক্ৰমণ হোৱাৰ নিশ্চিত তথ্য লাভ কৰাৰ পাছত  ৰাজ্য খনত অবৈধ ভাৱে চলি থকা চুলাই...

ভৰাশিঙৰীত মহাবাহুৰ খহনীয়া অব্যাহতঃ ব্যৱস্থা গ্ৰহণৰ দাবী কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যৰ

সমাগত বাৰিষা আজিও উন্মুক্ত অৱস্থাতে পৰি আছে ৰাজ্যৰ অধিকাংশ নদ-নদীৰ মথাউৰি৷বাৰিষাৰ আৰাম্ভনিতে নদ-নদী সমূহৰ গৰা-খহনীয়াই কালৰূপ ধাৰণ কৰিছে৷সমান্তৰালভাৱে মহাবাহু  ব্ৰহ্মপুত্ৰ নদীয়ে বৰছলা বিধানসভা সমষ্টিৰ...

Popular