অসম

অপৰাধ জগতৰ এক ক’লা অধ্যায়ৰ অন্ত: আৰক্ষীৰ গুলীত নিহত ছুপাৰী কিলাৰ বুবু কোঁৱৰ

অৱশেষত আৰক্ষীৰ গুলীত নিহত হ’ল অসমৰ এটা কুখ্যাত অপৰাধী বুবু কোঁৱৰ। গেলেকীত আৰক্ষীৰে সংঘৰ্ষত বুধবাৰে সন্ধিয়া নিহত হয় কুখ্যাত অপৰাধীটো। বিগত দুটা দশক ধৰি...

বজালীত পৰ্যালোচনা সভাত মন্ত্ৰী বিমল বৰা

বজালী জিলাৰ অভিভাৱক মন্ত্ৰীৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী বিমল বৰাই বুধবাৰে বজালী জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত প্ৰথমখন পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ...

আচঁনি আছে পানী নাই ।ওৰাঙত কোটি টকীয়া তিনিখন জলসিঞ্চন আচঁনি আজিও কাৰ্যক্ষম নহল

ওদালগুৰি জিলাৰ মাজবাটত ৰাজহ চক্ৰৰ ওৰাং মৌজাত বিগত বিশ বছৰ আগতে স্থাপন কৰা হৈছিল তিনিখন জলসিঞ্চন আচঁনি । গৰুবন্ধা, বগৰীবাৰী আৰু পাকৰীবাৰীত তদানীন্তন কংগ্ৰেছ...

হোজাইত কোভিড পৰিস্থিতিক লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক, পৰিদৰ্শন কৰিলে ভেকচিন প্ৰদান কেন্দ্ৰ

হোজাই জিলাৰ কোভিড পৰিস্থিতিৰ বুজ ল’বলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি জিলাখনত উপস্থিত হয়। দুপৰীয়া শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই...

নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কুখ্যাত ৰাজা আলি

ডিব্ৰুগড়ত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ।ডিব্ৰুগড়ৰ আন এক পুৰণি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজা আলি এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল।এই ড্ৰাগছ বিৰোধী অভিযানত ডিব্ৰুগড় আৰক্ষীৰ...

Popular