অসম

কাশ্মীৰৰ শ্বপিয়ানত সংঘৰ্ষত চাৰিজন উগ্ৰপন্থী নিহত

দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত সোমবাৰে পুৱা নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিজন উগ্ৰপন্থী নিহত হয়। আৰক্ষীৰ মতে উগ্ৰপন্থী লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী গোটৰ সৈতে জড়িত আছিল।অঞ্চলটোত...

ওদালগুৰিত সাংস্কৃতিক মহাসভা গঠন

সাংস্কৃতিক মহাসভা অসমৰ  ওদালগুৰি জিলা সমিতিৰ এখন ৰাজহুৱা  সভা যোৱা ২১মাৰ্চত  জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ কাৰ্যলয়ত অনুষ্ঠিত হয়।উক্ত সভাত উপস্হিত থাকি সাংস্কৃতিক মহাসভাৰ ওদালগুৰি জিলা...

মৰাণত পুনৰ তিনিজন লোক কভিডত আক্ৰান্ত

মৰাণত নিৰ্বাচনী গৰম বতাহৰ মাজতে ক'ৰোণাৰ পুনৰ সন্ত্ৰাস। আজি মৰাণত তিনিজন লোকৰ দেহত ক'ৰোণা ধৰা পৰাত এতিয়া মৰাণত আতংক সৃষ্টি হৈছে।ডিব্ৰুগড় জিলাৰ মৰাণ ২নং...

বৰপেটাৰ খংৰাত “নাই ৰশিনী” কাৰ্যসূচী সম্পন্ন

মহিলাসকলোক অধিক সবলীকৰণৰ লক্ষ্যৰে মহিলা সবলীকৰণৰ লক্ষ্যৰে মিনিষ্ট্ৰী অৱ মাইনৰিটি এফেয়াৰ্ছ বিভাগৰ উদ্যোগত আৰু বৰপেটাৰ সামাজিক অনুষ্ঠান পূৱ বৰপেটা ছোচিয়েল ৱেলফেয়াৰ ছোছাইটীৰ সহযোগত বৰপেটা জিলাৰ...

গৌৰীপুৰৰ ৰূপচীত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

গৌৰীপুৰৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ অধীনস্থ ৰূপচীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে বন কৰ্মীয়ে। সুদীৰ্ঘ দিন ধৰি পৰ্বতঝোৰা বন সংমণ্ডলৰ এলেকাত এচাম অসাধু দুষ্ট...

Popular