অসম

গোলাঘাট কমাৰবন্ধা বামুনগাঁৱত হত্যাকাণ্ড : অতীষ্ঠ মাতৃয়ে অৱশেষত হত্যা কৰিলে সুৰাপায়ী স্বামীক

"মানুহজনক মাৰি দিলোঁ, ছোৱালীজনীক সদায় বলৎকাৰ কৰিব বিচাৰে " । এগৰাকী মাতৃৰ কান্দি কান্দি দিয়া স্বীকাৰোক্তি। আজি পুৱা প্ৰায় ৬-৩০ বজাত গোলাঘাটৰ কমাৰবন্ধা বামুনগাওঁত সংঘটিত...

ইণ্ডিগো বিমানত এটি কন্যা শিশুৰ জন্ম

এটা বিৰল ঘটনা। বুধবাৰে বাংগালোৰৰ পৰা জয়পুৰলৈ গৈ থকা এখন ইণ্ডিগো বিমানত এটি কন্যা শিশুৰ জন্ম হৈছিল।বিমান সংস্থাটোৱে এক উল্লেখ কৰা মতে "কেঁচুৱাটো ইণ্ডিগো...

বৰছলা বিধানসভা সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ : এইবাৰ নিৰ্বাচনত ৰাইজে উচিত শিক্ষা দিব

পৰিবৰ্তন, উন্নয়ন আৰু দুৰ্নীতিমুক্ত কৰি অসমক প্ৰগতিশীল ৰাজ্য গঢ়াৰ শ্ল’গান দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত অধিকাংশ বিধানসভা সমষ্টিত ৰাইজে আজিও পৰ্যাপ্ত উন্নয়নৰ...

নগৰবেৰা হেকৰাত শোকাৱহ পথ দূৰ্ঘটনা : ঘটনাস্থলিতে নিহত দুই সহদৰ

নগৰবেৰাৰ হেকেৰাত শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ স্কুলীয়া ছাত্ৰ। নিহত ছাত্ৰ দুজন আব্দুল কায়ুম মাছুদ (১৪) আৰু মনোৱাৰা হুছেইন (১৫)।...

নাগ্ৰীজুলি আৰক্ষী চকীৰ বৃহৎ সাফল্যচাৰিজন ডকাইত

১৩ মাৰ্চৰ নিশা নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ৪নং ডোঙাৰগাঁৱৰ এটি  পৰিয়ালত ডকাইতি কৰি বৃহৎ পৰিমাণৰ ধন লৈ উধাও হোৱা এটি ডকাইতৰ দলক আজি এক...

Popular