অসম

ভূমিকম্পতে মুখেৰে তেজ ওলাই প্ৰাণ গ’ল নগাঁৱৰ বেবজীয়াৰ ৫০ উৰ্ধৰ মহিলাৰ

কৰোনা মহামাৰীৰ সংহাৰৰ মাজতেই বুধবাৰে পূৱা ভাগত অহা বৰ ভূইঁকপে সমগ্ৰ ৰাজ্যজুৰি বিস্তৰ ক্ষতিসাধন কৰা লগতে শংকিত কৰি তোলে ৰাজ্যবাসীক।সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ...

ভূইকঁপত দৰঙৰ ঠায়ে ঠায়ে মাটি ফাটি ওলাল পানী

ভূইকঁপত দৰঙৰ ঠায়ে ঠায়ে মাটি ফাটি ওলাল পানী https://www.youtube.com/watch?v=Lb2umqS0nxU

মাটি ফাটি পানী ওলোৱাত টংলাত আতংক

আজি ৰাতিপুৱা পূৱা ৭:৫৩ মিনিটত অহা ভয়ংকৰ ভূমিকম্পৰ জোকাৰণীয়ে সমগ্ৰ ৰাজ্যত তীব্ৰ আতংক সৃষ্টি কৰে।ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বহু অঞ্চলত বহু লোকৰ পকী...

ভূঁইকম্পৰ ফলত নগাঁৱত বিস্তৰ ক্ষতি সাধন

বুধবাৰে হোৱা ভূঁইকম্পৰ ফলত নগাঁৱত বিস্তৰ ক্ষতি সাধন। নগাওঁ চহৰৰ কাঠমিল চাৰিআলিত দুটাকৈ বাসগৃহত সৃষ্টি হয় বৃহৎ ফাটৰ লগতে বাসগৃহ দুটা বেঁকা হৈ ঢলি...

তামুলপুৰত ভূমিকম্প জোকাৰিৰ ফলত হাহাকাটা- বালাবাৰীত প্ৰকাণ্ড ফাট।

তামুলপুৰত ভূমিকম্প জোকাৰিৰ ফলত হাহাকাটা- বালাবাৰীত প্ৰকাণ্ড ফাট। পাগলাদিয়া নদীৰ দলঙৰ দুই ফালে পথত প্ৰকাণ্ড ফাট। মাটি ফুটি ওলাইছে পানী আৰু বালি। হাহকাটা বালাবাৰীৰ...

Popular