অসম

বিজেপিক হৰ্ছ ট্ৰেডিঙৰ কোনো প্ৰয়োজন নাই, আমি ৮০ ওচৰে-পাজৰে আসন পাম:পিযুষ হাজৰিকা

কংগ্ৰেছৰ নাটক খন দেখি কংগ্ৰেছৰ প্ৰাৰ্থী সকলেই এতিয়া সন্দিহান হৈছে। অৱশ্যে দুই-এজন কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কৈছে এইকেইদিন অন্তত ভালকৈ খাবলৈ পাইছো শুবলৈ পাইছো।- নগাঁৱত মন্ত্ৰী...

জামুগুৰিহাটৰ ধৰ্মপ্ৰাণা মহিলা অৰুণা হাজৰিকাৰ মৃত্যু৷

জামুগুৰিহাটৰ শলগুৰি গাঁৱৰ ধৰ্মপ্ৰাণা মহিলা অৰুণা হাজৰিকাৰ কালি বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে৷৮৩ বছৰীয়া ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুত শোঁকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটিত৷শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন...

নগাঁৱৰ কভিড আক্ৰান্ত মহিলাৰ মৃত্যু: স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আত্মীয়ই

নগাঁও চহৰৰ মিলনপুৰৰ কভিড আক্ৰান্ত সুনীতি শইকীয়া বৰা নামৰ এগৰাকী মহিলাই মৃত্যুক সাৱতি লোৱাৰ পিচতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সোচ্ছাৰহৈ পৰিছে মহিলা গৰাকীৰ আত্মীয়।উল্লেখযোগ্য...

হোজাই ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড৷

হোজাই ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত জাহ যায় ৰাম কুমাৰৰ ঘৰত থকা এটি খেৰৰ মেজি। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰাত ভয়ংকৰ দূৰ্ঘটনাৰ পৰা...

হোজাইত চহৰত ধূলিসাত্ কোভিড প্রটকল।

দহ হাজাৰৰো অধিক লোক গোট খালে হোজাই নিউ ক'লনিৰ আকবৰ নামৰ লোক জনৰ গৃহৰ সন্মুখত। ৰমজান মাহৰ জাকাত দিয়াৰ নামত বিভিন্ন ঠাইৰ পৰা মাতিছিল লোকসকলক। জাকাত...

Popular