অসম

Assam Weather: ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান !

ৰাজ্যত বিগত কিছুদিনৰ পৰা ধাৰাসাৰ বৰষুণৰ সৃষ্টি হৈছে।(Assam Weather) পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ পূর্বানুমানৰ তথ্য প্ৰকাশ কৰিছে।

International Menstrual Hygiene Day: দেৰগাঁৱত গোলাঘাট জিলা পানী আৰু অনাময় অভিযানৰ উদ্যোগত “আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস” উদযাপন

দেৰগাঁৱত "গোলাঘাট জিলা পানী আৰু অনাময় অভিযান"ৰ উদ্যোগত "আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস" উদ্‌যাপন কৰা হয় ৷ (International Menstrual Hygiene Day)

Nagaon News: নগাঁৱৰ বৰ্ষীয়ান কালি বাদক ভীমেশ্বৰ মুদৈ, ৰাইজে দেখা; চৰকাৰে নেদেখা চহা শিল্পীগৰাকী আজিলৈকে নুঠিল চৰকাৰী শিল্পী পেঞ্চনৰ তুলাচনীত। উপেক্ষিত বৃদ্ধ পেঞ্চনৰ পৰাও

মানুহজনৰ নাম ভীমেশ্বৰ মুদৈ।(Nagaon News)বৰ্তমান তেওঁৰ বয়স ৭৫ বছৰ। নগাঁও চহৰৰ নিকটৱৰ্তী মাহৰোল জুৰীয়াৰ মুদৈ চুবুৰি নিবাসী ভীমেশ্বৰ মুদৈ নিজ অঞ্চলত 'লোঠোকাই' বা 'কালিয়া' নামেৰেও পৰিচিত।

Duliajan AASU News: দুলীয়াজানত আছুৰ ব্যাপক খহনীয়া, কেন্দ্ৰীয় নেতৃত্বৰ কামত অসন্তুষ্ট হৈ ৩০ৰো অধিক সদস্যই কৰিলে পদত্যাগ

দুলীয়াজানত আছুৰ ব্যাপক খহনীয়া, কেন্দ্ৰীয় নেতৃত্বৰ কামত অসন্তুষ্ট হৈ ৩০ৰো অধিক সদস্যই কৰিলে পদত্যাগ।(Duliajan AASU News)

Artificial Floods: মুষলধাৰ বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত গুৱাহাটীৰ বহু অঞ্চল

কেতিয়া সমাধান হ'ব গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা?(Artificial Floods) মুষলধাৰ বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল।

Popular