Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
অসম
অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান…
আৰম্ভ হ’ল CM FLIGHT আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিঃ এই আঁচনিৰ অধীনত কোন কোন উপকৃত হ’ব…
আজি মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি
Assam Budget Session । ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বাজেট অধিবেশন, অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভনি হ’ব কোকৰাঝাৰত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 16, 2025
গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৫: Assam Budget Session। অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য বাজেট অধিৱেশন এইবাৰ মুকলি কৰা হব বিধানসভাৰ বাহিৰত । বিধানসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটো কোকৰাঝাৰৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিধানসভাত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে দিছপুৰৰ নিয়মীয়া ৰাজ্যিক বিধানসভা চেম্বাৰত অনুষ্ঠিত হ’ব অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী। অসমৰ বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ কোনো স্থানত বাজেট অধিৱেশন আৰম্ভ কৰা হ’ব। ভাৰতীয় সংবিধানৰ ১৭৪(১) অনুচ্ছেদ, বৰ্তমানলৈকে সংশোধিত ক্ষমতাৰ অধীনত এই অধিৱেশন আহ্বান কৰা হৈছে।
Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 16, 2025
Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি
Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 16, 2025
Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি
Advantage Assam 2.0: এডভান্টেজ অসম-২.০ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 15, 2025
২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 'এডভান্টেজ অসম-২.০'।(Advantage Assam 2.0) 'এডভান্টেজ অসম-২.০'ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হয় মন্ত্ৰী বিমল বড়া।
Charaideo Moidam: চৰাইদেউলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ আনুষ্ঠানিক স্বীকৃতি পত্ৰ প্ৰদান, পেৰিছত UNESCOৰ মুখ্য কাৰ্যালয়ত স্বীকৃতি পত্ৰ গ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
January 14, 2025
সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ পেৰিচৰ ইউনেস্ক'ৰ মুখ্য কাৰ্যালয়ত বিশ্ব সংস্থাটোৰ সাংস্কৃতিক বিভাগৰ সহকাৰী সঞ্চালক প্ৰধান আৰ্নেষ্টো অট্টন ৰামিৰেজৰ পৰা চৰাইদেউলৈ আগবঢ়োৱা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে গ্ৰহণ।(Charaideo Moidam)
1
...
380
381
382
...
3,100
Page 381 of 3,100
Popular
লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত ৰোহিত মেহতা লায়ন্স কুৱেষ্ট সপ্তাহ উদযাপন
দৈনন্দিন বাৰ্তা
-
September 2, 2026