অসম

Dr. Shivnath Burman:বিজ্ঞানমনস্ক যাত্ৰাই সুৱঁৰিলে ড০ শিৱনাথ বৰ্মনক

মোৰ সমসাময়িক হ’লেও ডঃ শিৱনাথ বৰ্মনৰ(Dr. Shivnath Burman) সৈতে মোৰ ঘনিষ্ঠতা অলপ দেৰিকৈ আৰম্ভ হৈছিল৷ কাৰণ আামাৰ কৰ্ম পদ্ধতি পৃথক আছিল৷

Cold Weather:শীতত থৰ থৰকৈ কঁপিছে পঞ্জাৱ, হাৰিয়ানা

শীতত থৰ থৰকৈ কঁপিছে(Cold Weather) পঞ্জাৱ, হাৰিয়ানা৷ এই দুই ৰাজ্যৰ উপৰি দেশৰ আনম কেইবাখনো ৰাজ্যত শীত প্ৰবাহে(Chilly Winds) তীব্ৰ ৰূপ ধাৰণ কৰিছে৷

Dihanam: শিৱসাগৰত ১০,১০১গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন

দিহানাম পৰিৱেশনেৰে অসম বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰাৰ উদ্দেশ্যে এই বিশাল আয়োজন। শিৱসাগৰত ১০,১০১গৰাকী আই মাতৃৰ দিহানাম পৰিৱেশন।(Dihanam)

Art and Literature Awards:শিশু সাহিত্যক-কাৰ্টুন শিল্পী তপন বৰুৱালৈ ‘শিল্প-সাহিত্য বঁটা-২০২৪’

'৪২ৰ গণ আন্দোলনৰ সক্ৰিয় কৰ্মী, কংগ্ৰেছ সেৱা বাহিনীৰ সেনানী মুক্তিযোদ্ধা বগাৰাম দিহিঙীয়াৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানটি কাইলৈ অনুষ্ঠিত হ'ব।(Art and Literature Awards)

Rongali Bihu:ৰঙালীৰ বতৰা লৈ অহা স্মৃতিকাতৰ ডিচেম্বৰ মাহ

কলিয়াবৰৰ জখলাবন্ধা বাণিজ্যিক কেন্দ্ৰ চৌবিশ ঘণ্টাই(Rongali Bihu) গ্ৰাহকৰ বাবে মুকলি হৈ থাকে হোটেল আৰু প্ৰায়বোৰ দোকান। দূৰণিবটীয়া যাত্ৰীবাহী বাছসমূহৰ যাত্ৰীৰ দিনে-নিশাই খাদ্য গ্ৰহণৰ স্থান।

Popular