অসম

UPPL । গোসাঁইগাঁৱৰ কাশিয়াবাৰীত ইউ পি পি এলৰ বিশাল জনসভা

গোসাঁইগাঁও মহকুমাৰ তথা বিটিচিৰ ৪ নম্বৰ যমদুৱাৰ সমষ্টিৰ কাশিয়াবাৰীত UPPL । ইউ পি পি এল দলৰ এখন আজি জন সভা অনুষ্ঠিত হয়। উক্ত বিশাল জন সভাত ইউ পি পি এল দলৰ নেতা কৰ্মী সকলে আগন্তুক বিটিচি নিৰ্বাচনৰ ওপৰত বক্তব্য দিয়াৰ উপৰি পূৰ্বৰ বিপিএফ চৰকাৰৰ কাম কাজক তীব্ৰ সমালোচনা কৰে।

Spiritual Journey:আধ্যাত্মিক যাত্ৰাৰ ১২ বছৰঃ এক ব্যক্তিগত প্ৰতিফলন

১৯৩৬ চনত প্ৰতিষ্ঠা হোৱা আধ্যাত্মিক(Spiritual Journey) প্ৰতিষ্ঠান প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হৈছে আধ্যাত্মিক বিকাশ(Personal Reflection) আৰু ৰাজযোগৰ শিক্ষাৰ প্ৰসাৰৰ বাবে উৎসৰ্গিত সংস্থা।

Ajit Kumar Bhuyan । অ’ এন জি চি প্ৰসংগত ৰাজ্যসভাত সৰৱ অজিত কুমাৰ ভূঞা

Ajit Kumar Bhuyan । নাজিৰাত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ' এন জি চি)ৰ মাণ্ডলিক কাৰ্যালয়টো অসমৰ পৰা স্থানান্তৰ কৰিব খোজা বিষয়টোৰ প্ৰতি মঙলবাৰে ৰাজ্যসভাৰ মজিয়াত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে সাংসদ অজিত কুমাৰ ভূঞাই ৷

Bir Lachit Sena:নাজিৰাত বিমান বন্দৰ আৰু আইআইটি স্থাপনৰ দাবী বীৰ লাচিত সেনাৰ

বৃটিছৰ শাসনকালত আসাম কোম্পানীয়ে নাজিৰা মহকুমাৰ চকীমুখত এটি বিমান ঘাটি প্ৰতিষ্ঠা কৰি ভাৰত তথা বিশ্বৰ বিভিন্ন স্থানলৈ অসমত উৎপাদিত চাহৰ ৰপ্তানি বাণিজ্যৰ প্ৰসাৰ ঘটাইছিল(Bir Lachit Sena)।

Nagaon । নগাঁৱৰ নেহৰুবালিত লোক জাগৰণ মঞ্চ, অসমৰ উদ্যোগত বিশাল প্ৰতিবাদী জনসভা

নেহৰুবালিৰ পৰা নগাঁও(Nagaon)জিলাৰ আয়ুক্তৰ কাৰ্যালয়লৈ কৰা হ'ল সহস্ৰাধিক ৰাইজৰ সমাবেশেৰে প্ৰতিবাদী সমদল।প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও। সম্প্ৰতি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সনাতনী হিন্দু লোকৰ ওপৰত চলি থকা নিৰ্যাতন, হত্যা-হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে নগাঁৱৰ সহস্ৰাধিক লোকে। (Jagran Manch)

Popular