অসম

Lachit Diwas 2024: আজি লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্মজয়ন্তী। মুখ্যমন্ত্ৰীয়ে লাচিত দিৱস উপলক্ষে ছ’চিয়েল মিডিয়াৰ প্ৰফাইলত ৰাখিলে বীৰ লাচিতৰ ফটো

 ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱত জন্ম হৈছিল লাচিত বৰফুকনৰ। তেওঁৰ পিতৃৰ নাম আছিল ম'-মাই তামূলী ফুকেলুং। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷ (Lachit Diwas 2024)

দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ ২২টাত বিজেপি, ৭টাত কংগ্ৰেছ, ৬টাত তৃণমূল আৰু আপৰ ৩

আজি দেশৰ দুটা সংসদীয় সমষ্টি আৰু ৪৮টা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ফলাফল পোৱা গ'ল। এই ফলাফলত অধিকাংশ সমষ্টিতে ফুলিঁল পদুম। কিন্তু পশ্চিম...

Tarun Gogoi Death Anniversary: আজি অসমৰ তিনি কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুবাৰ্ষিকী

২০২০ চনৰ ২৩ নৱেম্বৰৰ দিনটোতে ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰয়াত ৰাজনীতিবিদগ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷(Tarun Gogoi Death Anniversary)স্বভাৱসুলভ হাঁহিমুখীয়া ব্যক্তিত্বৰ অধিকাৰী প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজনীতিত ১৫ টা বছৰ মুখ্যমন্ত্ৰী হিচাপে শাসন ভাৰ চলাই গৈছিল৷

Diganta Ghatowal: বিহালীত জয়লাভ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ

প্ৰথমটো ফলাফল ঘোষণা, বিহালীত শেষ হাঁহি বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ। (Assam by-election result update)

Amit Shah Meet Vikrant Massey: ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ দলক সাক্ষাৎ গৃহমন্ত্ৰী অমিত শ্বাহৰ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ প্ৰশংসাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপভোগ কৰিলে...

বিক্ৰান্ত মেছিৰ ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ ছবিগৃহত মুক্তি পোৱাৰ ১ সপ্তাহ হ’ল। ৰাছি খান্না আৰু ৰিদ্ধি ডোগ্ৰাকো বিক্ৰান্ত মেছিৰ সৈতে ছবিখনত দেখা গৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ছবিখনৰ প্ৰশংসা কৰি টুইট কৰিছিল। শেহতীয়াকৈ অমিত শ্বাহে বিক্ৰান্ত আৰু একতা কাপুৰক সাক্ষাৎ কৰে।

Popular