অসম

GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিষ্টাৰ ইনচাৰ্জ ভানুপ্রিয়া মিছঙক আটক

GMCHত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিষ্টাৰ ইনচাৰ্জৰ দায়িত্বত থকা নাৰ্ছক আটক।ভঙাগড় আৰক্ষীয়ে আটক কৰে ভানুপ্রিয়া মিছঙক।

World Photography Day 2025: আজি বিশ্ব ফটোগ্ৰাফী দিৱসঃ ডিব্ৰুগড়টো দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব ফটোগ্ৰাফী দিৱস

ফটোৱে কথা কয়। (World Photography Day 2025) ফটোৱে ধৰি ৰাখে সময়। ইতিহাস ফটোৱে সৃষ্টি কৰে। ইতিহাস সৃষ্টি হয় ফটোৰ বাবে।

GMCHত নৱজাতকৰ মৃত্যু ঘটনাক লৈ কঠোৰ মুখ্যমন্ত্ৰী !

প্রসংগঃ GMCHত নৱজাতকৰ মৃত্যু।ঘটনাৰ পাছতেই কঠোৰ GMCH কর্তৃপক্ষ।প্রসূতি বিভাগৰ ছিষ্টাৰ ইনচার্জ ভানুপ্রিয়া মিছঙক তাৎক্ষণিকভাবে নিলম্বন।

Hemanta Dutta: হেমন্ত দত্তৰ স্মৃতি সুৰক্ষিত কৰিব চৰকাৰেঃ কেশৱ মহন্ত

প্ৰয়াত নাট্যকাৰ, (Hemanta Dutta) গীতিকাৰ অভিনেতা পৰিচালক হেমন্ত দত্তৰ বাসগৃহত দেওবাৰে ৰাতি দৰঙৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয়।

Jorhat News: যোৰহাটত ‘দিগদৰ্শন’ৰ ২৪সংখ্যক বৰ্ষপূৰ্তি উদযাপনঃ গ্ৰন্থ উন্মোচন, দিগদৰ্শন বঁটা প্ৰদান

Jorhat News: যোৰহাটত 'দিগদৰ্শন'ৰ ২৪সংখ্যক বৰ্ষপূৰ্তি উদযাপনঃ গ্ৰন্থ উন্মোচন, দিগদৰ্শন বঁটা প্ৰদান।

Popular