Breaking

১৪ জুলাই অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব অসমীয়া বোলছবি ‘ভূমিপুত্ৰ’…

0 134

অসমৰ অসমীয়া সংস্কৃতিক গীত-মাত, নৃত্য আদিৰ লগতে বোলছবি জগতত জয় জয় ,ময় ময় হৈ বিশেষ উন্নতিৰ জখলা বগাই থকাৰ সময়তে আন এখন অসমীয়া বোলছবি অচিৰেই ছবিগৃহ লৈ অহাৰ আগ মুহূৰ্তত সমগ্ৰ দেশ-বিদেশৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ দৰ্শকৰ মাজত বিশেষ আকৰ্ষণৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্যমতে অসমৰ ছবিগৃহত অহা ১৪জুলাইত মুক্তি পাবলগীয়া অসমীয়া “ভূমিপুত্ৰ” বোলছবিৰ প্ৰযোজক গোষ্ঠীৰ এছ কে প্ৰডাকচনৰ তৰফৰ পৰা এক সংবাদমেল আয়োজন কৰি বিভিন্ন দিশৰ ওপৰত কেতবোৰ তথ্য প্ৰকাশ কৰে।

Leave A Reply