January 17, 2022 ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰখা অসমৰ যুদ্ধ Share FacebookTwitterWhatsAppTelegramKooEmail কাৰ্বিয়াংলং আৰক্ষীয়ে আজি পুৱা খাটখাটিত ১.৬ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। লগতে চুবুৰীয়া ৰাজ্যৰ পৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।কাৰ্বিয়াংলং আৰক্ষীৰ এটা দলে এটা সূত্ৰ অনুসৰণ কৰি সেই অপৰাধীসকলক ধৰা পেলায় । Author: দৈনন্দিন বাৰ্তা Related Articles Darrang News: দৰঙত একাপ ‘বিশেষ চাহ’ত ২৫০ টকা… দৈনন্দিন বাৰ্তা - February 18, 2026 BJP: অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে দৈনন্দিন বাৰ্তা - February 18, 2026 Bhupen Borah: জল্পনা-কল্পনা অন্তঃ ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই দৈনন্দিন বাৰ্তা - February 18, 2026