October 12, 2023 বিহাৰৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ মাতৃ-কন্যাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail বিহাৰৰ ৰে’ল দুৰ্ঘটনাত অসমৰ দুগৰাকীৰ মৃত্যু। দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰ মাতৃ-কন্যাৰ। ঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ মৃত্যু। মাতৃ-কন্যাৰ ঘৰ তিনিচুকীয়াত। ইতিমধ্যে পৰিয়ালক চমজাই দিয়া হৈছে মৃতদেহ। Author: দৈনন্দিন বাৰ্তা Related Articles অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair দৈনন্দিন বাৰ্তা - December 6, 2025 ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক চুক্তি সম্পাদন কৰি নতুন বাণিজ্য পথসমূহক ত্বৰান্বিত । দৈনন্দিন বাৰ্তা - December 5, 2025 নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ । Rupak Sarmah , MLA দৈনন্দিন বাৰ্তা - December 5, 2025