ষষ্ঠ ফেডাৰেচন কাপত SAI দলক প্ৰতিনিধিত্ব কৰি মাদুৰাই,তামিলনাডুৰ পৰা ৰূপৰ পদক অৰ্জন অসমৰ পবিত্ৰ নাৰ্জাৰী

আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় যে চিৰাং জিলাৰ পবিত্ৰ নাৰ্জাৰীয়ে ষষ্ঠ ফেডাৰেচন কাপত SAI দলক প্ৰতিনিধিত্ব কৰি মাদুৰাই,তামিলনাডুৰ পৰা ৰূপৰ পদক অৰ্জন কৰিছে।

সদৌ অসম কাবডী সন্থাৰ তৰফৰ পৰা পবিত্ৰ নাৰ্জাৰী পৰিয়ালৰ সদস্য আৰু লগতে প্ৰশিক্ষক দময়ন্তী বড়ো দাসক গুণগত প্ৰশিক্ষণৰ বাবে অভিনন্দন জনাই, যাৰ বাবে তেওঁ এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Related Articles